বেমাৰ ভাল কৰাৰ এটা ব্যতিক্ৰমী পদ্ধতি । বহুতে এতিয়া বেয়া পাব । Assamese Treatment Video

purbanchal
purbanchal
90 هزار بار بازدید - 3 ماه پیش - Pragati Neuro Rehab , Jalukbari
Pragati Neuro Rehab , Jalukbari Guwahati


এই ভিডিও জৰিয়তে আপোনাৰ বেমাৰ ঠিক কৰাৰ ব্যতিক্ৰমী আৰু কম টকা খৰচ হোৱা চিকিৎসাৰ নামত উপায় বিচাৰি পাব  । ঠিক শুনিছে , অসমৰ অন্যতম ঠাই যত Pharmaceutical অৰ্থাৎ pharmacy ত পোৱা ঔষধ নহয় , nutraceuticals ঔষধৰ জৰিয়তে আৰু লগতে কিছুমান যন্ত্ৰ আৰু খাদ্যৰ প্ৰণালীৰ জৰিয়তে চিকিৎসা কৰা যায় । ভালদৰে চালে বুজি পাব । nutraceuticals ঔষধ বেলগত নাপায় লগতে কোনো side effect নাই আৰু দাম 90% বেলেগ দৰবতকৈ কম । ই আয়ুৰ্বেদিক লগতে পুষ্টিকৰ বস্তু দেহত প্ৰদান কৰাহে দৰব । সেয়েহে ব্যতিক্ৰমী ।

কি কি বেমাৰৰ চিকিৎসা কৰা হয় , ভিডিও ত চালে জানিব ভালকৈ।



Best Ayurvedic Clinic in Guwahati,
physiotherapy center in Guwahati,
physiotherapy in Guwahati,
Pain Relief center in Guwahati,
Dr Palash Pathak,
physiotherapy guwahati,
physiotherapy course in guwahati,
3 ماه پیش در تاریخ 1403/03/01 منتشر شده است.
90,000 بـار بازدید شده
... بیشتر