Moi Athai Jolodhir Majoloi ( মই অথাই জলধিৰ মাজলৈ) - by Lata Mangeshkar.

12.4 هزار بار بازدید - 6 سال پیش - Assamese song of Lata Mangeshkar
Assamese song of Lata Mangeshkar / Lyrics and Melody by Bhupen Hazarika / Lyrics of the song :

মই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি...
দূৰ দূৰণিত দুপাৰ এৰি..
খাইছোঁ হাবাথুৰি..!
মই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি ... !
দূৰ দূৰণিত দুপাৰ এৰি
খাইছোঁ হাবাথুৰি ।
মই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি ... !
সাঁতুৰি ... !!

এটি পাৰে অহঙ্কাৰ স্বাৰ্থপৰতা..
চৌদিশে প্রস্তুতি মাথোঁ মৃত্যু অনাৰ..!
অন্য পাৰৰ দিগন্ততে -
অন্য পাৰৰ দিগন্ততে -
কিৰণ পৰে সৰি...!
মই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি ...!!
দূৰ দূৰণিত দুপাৰ এৰি
খাইছোঁ হাবাথুৰি ।
মই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি ... !
সাঁতুৰি ... !!

মৰণ জীৱন লহৰলীলা
শূণ্যতে হয় লীন
সপোনো নাই শঙ্কা মাথোঁ
শান্তিবিহীন ..!
মৰণ জীৱন লহৰলীলা
শূন্যতে হয় লীন
সপোনতো নাই শঙ্কা মাথোঁ
শান্তিবিহীন ..!
মন-সাগৰৰ পাৰে পাৰে
সাজোঁ মথাউৰি...!!
আশাৰ প্রদীপ জ্বলাই কোন
পথিক আহে ঘূৰি..?
চিনিও নিচিনো দেখোঁ
চিনিও নিচিনো দেখোঁ
পৰিলো ভাগৰি..
মই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি ...!
দূৰ দূৰণিত দুপাৰ এৰি
খাইছোঁ হাবাথুৰি ।
মই অথাই জলধিৰ মাজলৈ
আহিলোঁ সাঁতুৰি ...... !
সাঁতুৰি ......... !!
  🌿🌼🌿
কণ্ঠ : লতা মংগেশকাৰ ।
কথা ও সুৰ : ভূপেন হাজৰিকা ।
ৰচনা কাল : ৬ / ৯ / ১৯৮০ (কলিকতা)
   🌿🌼🌿
#autohash #people #outdoors #portrait #relaxation #cheerful #cloud #fun #joy #sky #content #confidence
6 سال پیش در تاریخ 1397/08/28 منتشر شده است.
12,491 بـار بازدید شده
... بیشتر