NUBUJA HATHOR (Hahiye Kolija Khai / NITUL DADHARA FT. NILAKSHI NEOG / NEEL HAZARIKA /ANGAD MECH
296.5 هزار بار بازدید -
3 سال پیش
-
AUDIO CREDITS Singer - Nitul
AUDIO CREDITS
Singer - Nitul Dadhara & Nilakshi Neog
✍️ Lyrics - Angad Mech
🎶 Composition - Nitul Dadhara
🎹 Music - Neel Hazarika
🎼 Mix - Mastered - Bikrom Chawrok
Musicians ~
Guitar & Ukulele - Tiku Boro
Flute - Bitupan Konwar
Violin - Manzil Kumar Gogoi
Dhul - Lachit Boruah & Biswajit Gogoi ( Studio Dreams Guwahati)
Recorded at : Studio B-type Music & Chawrok Studio
Lyrical Video - Satyajit D Phukan
Gfx - Arup Jyoti Hazarika
Costume Design - Jansai Ethnic & Digmayur
Photoshoot - Sone Production & Satya D Phukan.
Lyrics -
পানী মলা ঘাটতে
জান ঐ কাপোৰ নো ধুই আছিলা
এছাৰি ঐ এছাৰি,
দেখি নো থৰ লাগিলোঙ
জান ঐ যৌৱনৰ ভৰ দুপৰত,
উঠন বুকুৰ ধেমালি,
হাহিয়ে কলিজা খাই,
মোলৈ নো ঘূৰি নাচাই,
হেপাহেই চোন নপলাই,
তুমালৈকে জুমি চায়
কিবা যেন ক নুবুজা সাঁথৰ। ।।।।।।।।।।।।।।।।।।।।।।
হায়ৈ আইতি বাদুলি ও উৰিলে ,
হায়ৈ আইতি, গধূলিৰে আকাশত,
পৰিলেহি বাৰীৰে ঢাপত
হায়ৈ আইতি ময়ো নো গৈ উলালোঙ
হায়ৈ আইতি তোমালোকৰ পদুলিত
পিতায়ে চোন লগালে ধমক
পিছে কোনে নো কাক বুজি পাই
নাজানোঁ কি বেয়া পায়
মাতিলে নো কিহে পাই
দিয়া চোন মোকে বুজাই
কিবা যেন ক নুবুজা সাঁথৰ।
দুখীয়া জীৱনৰ কল্পনা জল্পনা,
এমুথি বেথাৰে তুমি মাথো সান্তনা,
কেতিয়া বুজিবা তুমি য়েই টো ঠিকনা নুফুলাবা কতনা দুখৰ
হাঁহিয়ে কলিজা খাই
মোলৈ নো ঘূৰি নাচাই
দহিছে মোক সঘনাই
এশ কুৰি ভাৱনাই
কিয় নো ক নুবুজা সাঁথৰ
Special Thanks:- Bikash Gogoi ,Hiten Sonowal, Chandan ,Bitu Khanikar, Hirok (menno) , Bhadra , Muhim , Welsh , Gautam , Rahul , Manash Jyoti Mohan
Nitul
©copyright strictly reserved by NITUL DADHARA.
• Facebook: Facebook: NitulOfficial
• Youtube: nituldadhara
• Instagram: Instagram: nitul.dadhara
#Live_Show_9954379508 / 8638042429
#nubujahathor #nituldadhara
Singer - Nitul Dadhara & Nilakshi Neog
✍️ Lyrics - Angad Mech
🎶 Composition - Nitul Dadhara
🎹 Music - Neel Hazarika
🎼 Mix - Mastered - Bikrom Chawrok
Musicians ~
Guitar & Ukulele - Tiku Boro
Flute - Bitupan Konwar
Violin - Manzil Kumar Gogoi
Dhul - Lachit Boruah & Biswajit Gogoi ( Studio Dreams Guwahati)
Recorded at : Studio B-type Music & Chawrok Studio
Lyrical Video - Satyajit D Phukan
Gfx - Arup Jyoti Hazarika
Costume Design - Jansai Ethnic & Digmayur
Photoshoot - Sone Production & Satya D Phukan.
Lyrics -
পানী মলা ঘাটতে
জান ঐ কাপোৰ নো ধুই আছিলা
এছাৰি ঐ এছাৰি,
দেখি নো থৰ লাগিলোঙ
জান ঐ যৌৱনৰ ভৰ দুপৰত,
উঠন বুকুৰ ধেমালি,
হাহিয়ে কলিজা খাই,
মোলৈ নো ঘূৰি নাচাই,
হেপাহেই চোন নপলাই,
তুমালৈকে জুমি চায়
কিবা যেন ক নুবুজা সাঁথৰ। ।।।।।।।।।।।।।।।।।।।।।।
হায়ৈ আইতি বাদুলি ও উৰিলে ,
হায়ৈ আইতি, গধূলিৰে আকাশত,
পৰিলেহি বাৰীৰে ঢাপত
হায়ৈ আইতি ময়ো নো গৈ উলালোঙ
হায়ৈ আইতি তোমালোকৰ পদুলিত
পিতায়ে চোন লগালে ধমক
পিছে কোনে নো কাক বুজি পাই
নাজানোঁ কি বেয়া পায়
মাতিলে নো কিহে পাই
দিয়া চোন মোকে বুজাই
কিবা যেন ক নুবুজা সাঁথৰ।
দুখীয়া জীৱনৰ কল্পনা জল্পনা,
এমুথি বেথাৰে তুমি মাথো সান্তনা,
কেতিয়া বুজিবা তুমি য়েই টো ঠিকনা নুফুলাবা কতনা দুখৰ
হাঁহিয়ে কলিজা খাই
মোলৈ নো ঘূৰি নাচাই
দহিছে মোক সঘনাই
এশ কুৰি ভাৱনাই
কিয় নো ক নুবুজা সাঁথৰ
Special Thanks:- Bikash Gogoi ,Hiten Sonowal, Chandan ,Bitu Khanikar, Hirok (menno) , Bhadra , Muhim , Welsh , Gautam , Rahul , Manash Jyoti Mohan
Nitul
©copyright strictly reserved by NITUL DADHARA.
• Facebook: Facebook: NitulOfficial
• Youtube: nituldadhara
• Instagram: Instagram: nitul.dadhara
#Live_Show_9954379508 / 8638042429
#nubujahathor #nituldadhara
3 سال پیش
در تاریخ 1400/09/30 منتشر شده
است.
296,583
بـار بازدید شده