তুংগত উঠিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ বাকযুদ্ধ

Pratidin Time
Pratidin Time
348.1 هزار بار بازدید - 5 ماه پیش - প্রতিটো ক্রিয়াৰে সমান আৰু বিপৰীতমুখী
প্রতিটো ক্রিয়াৰে সমান আৰু বিপৰীতমুখী প্রতিক্রিয়া থাকে। নিউটনৰ গতিৰ তৃতীয় সূত্রটো এতিয়া ১০০ শতাংশই কাৰ্যকৰী হৈছে অসমৰ ৰাজনৈতিক প্রেক্ষাপটত। তুংগত উঠিছে বাকযুদ্ধ। সোমবাৰৰ দিনটোত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে কিছু মন্তব্য প্রকাশ কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আগবঢ়াইছো মুখ্যমন্ত্রীৰ মন্তব্যৰ পাৰ্শ্বক্রিয়া, প্রতিক্রিয়া আৰু শেষত প্রতি আক্ৰমণ। #pratidintime #assamnews #Assam #himantabiswasarma #akhilgogoi
5 ماه پیش در تاریخ 1403/01/21 منتشر شده است.
348,130 بـار بازدید شده
... بیشتر