বৰপেটা, বটদ্রৱাৰ সত্রভূমিয়েই নহয়, গুৱাহাটীৰ মাজমজিয়াত থকা সত্রভূমিতো দুষ্টচক্রৰ চকু

Pratidin Time
Pratidin Time
1.4 هزار بار بازدید - 7 ماه پیش - বৰপেটা, বটদ্রৱাৰ সত্রভূমিয়েই নহয়, গুৱাহাটীৰ
বৰপেটা, বটদ্রৱাৰ সত্রভূমিয়েই নহয়, গুৱাহাটীৰ মাজমজিয়াত থকা সত্রভূমিতো দুষ্টচক্রৰ চকু। গুৱাহাটীৰ দক্ষিণপাট সত্রৰ কেইবা বিঘাও ভূমিত বেদখলৰ অভিযোগ। কলেজ অফ এডুকেচন নামৰ শিক্ষা প্রতিষ্ঠানখনৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ অভিযোগ।

#PratidinTime #Satra #Land
7 ماه پیش در تاریخ 1402/09/29 منتشر شده است.
1,430 بـار بازدید شده
... بیشتر