তিয়হৰ খাৰ খাইছেনে ? 🥒😋তৎক্ষণাৎ এটা সহজ খাৰৰ ৰেচিপি//Assamese Cucumber khar Recipe .

Gitashree  Kitchen  And Vlogs
Gitashree Kitchen And Vlogs
338 بار بازدید - 2 سال پیش - তিয়হৰ  খাৰ খাইছেনে ? 😋🥒🥒😋তৎক্ষণাৎ
তিয়হৰ  খাৰ খাইছেনে ? 😋🥒🥒😋তৎক্ষণাৎ এটা সহজ খাৰৰ ৰেচিপি//Assamese Cucumber khar Recipe.
Published  on -  27/4 /2022


#gitashreekitchenandvlogs
#cucumberrecipe
#kharrecipe
#assameserecipe
#assamesefood  


খাৰ হৈছে  কলগছৰ  পৰা তৈয়াৰ কৰা এবিধ জুলিয়া পদাৰ্থ  । পুৰণি কালত খাদ্য সোনকালে সিজিবলৈ, সোৱাদ হবলৈ আৰু চোক হবলৈ  অসমীয়া আৰু আৰ্য্য
সকলে খাৰৰ ব্যৱহাৰ কৰিছিল ।  নিমখ  আবিষ্কাৰ  হোৱাৰ পিছত খাৰৰ ব্যৱহাৰ  কমি আহিবলৈ   ধৰিলে ।খাৰ  খাদ্যত  ব্যৱহাৰ কৰিলে খাৰে আমাৰ পেত  পৰিস্কাৰ কৰি  ৰাখাত  সহায় কৰে ।
        তিয়হৰ  খাৰৰ  ৰেচিপিটো অতি  সহজ ভাবে  দেখুওৱা হৈছে  । বনাবলৈও সহজ  খাবলৈও  সোৱাদ লগা ।ৰেচিপি টো ভাল পালে like আৰু Share  কৰিব  । এতিয়ালৈকে Channel টো Subscribe কৰা নাই  যদি Channel টো Subscribe কৰিব  link টো  তলত দিছো  

Channel link _ 👇 -channel


Facebook link -👇 https://www.facebook.com/profile.php?...
2 سال پیش در تاریخ 1401/02/06 منتشر شده است.
338 بـار بازدید شده
... بیشتر