Sokut Soku Thoi (Assamese Romantic Song)

R malhaar
R malhaar
825 بار بازدید - 3 سال پیش - Composition/Vocals : Rahul DasMusic Arrangement
Composition/Vocals : Rahul Das
Music Arrangement : Ranjan
Mix Master/Record : Priyanku Bordoloi (Brahma Studio)
Song Record : 2018
Lyrics : Madhusmita Haloi

চকুত চকু থৈ, মৰম দিয়া না,
প্ৰেমৰ নদী হৈ বোৱাই যোৱা না।
মিছা নকʼবা, এৰি নাযাবা
মনৰ অভিমান মচি দিয়া না
হিয়াৰ মৰমবোৰ, আদৰি লোৱা না
মিছা নকʼবা, এৰি নাযাবা
চকুত চকু থৈ, মৰম দিয়া না।

এৰি যোৱা মোহাৰি পেলোৱা
তুমি দিয়া প্ৰতিটো কথা
দুহাতত সানি দিলা মাথোঁ
তুমি হীনতাৰ ৰং তুলিকা

ঘূৰি আহা না
মচি দিয়া না
মোৰ বেদনা

চকুত চকু থৈ, মৰম দিয়া না,
প্ৰেমৰ নদী হৈ বোৱাই যোৱা না।
মিছা নকʼবা, এৰি নাযাবা
মনৰ অভিমান মচি দিয়া না
হিয়াৰ মৰমবোৰ, আদৰি লোৱা না
মিছা নকʼবা, এৰি নাযাবা
চকুত চকু থৈ, মৰম দিয়া না।
3 سال پیش در تاریخ 1400/05/06 منتشر شده است.
825 بـار بازدید شده
... بیشتر