মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ অভিমত অনুষ্ঠানত প্রকৃততে হৈছিল কি?

Pratidin Time
Pratidin Time
80.1 هزار بار بازدید - پارسال - প্রতিদিন টাইমৰ জনপ্রিয় অনুষ্ঠান অভিমত
প্রতিদিন টাইমৰ জনপ্রিয় অনুষ্ঠান অভিমত চলি থকাৰ সময়তে হঠাৎ আৰম্ভ হ’ল দুই জনপ্রতিনিধিৰ বাকযুদ্ধ। আনকি এটা সময়ত মূল বিষয়ৰ পৰা আঁতৰি ব্যক্তিগত পর্যায়ত এজনে আনজনলৈ এৰিলে বাক্যবাণ। চাও আহক আমাৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ অভিমত অনুষ্ঠানত প্রকৃততে হৈছিল কি? #PratidinTime #assamnews #assam
پارسال در تاریخ 1402/04/04 منتشر شده است.
80,120 بـار بازدید شده
... بیشتر