KRISHNASURA|| VREEGU KASHYAP-PRIYAM PALLABEE || PAPORI ||HRIDOY CHANDAN||ABHINANDAN THEATRE 2023-24

Vreeguu Kaxyap VK Entertainment
Vreeguu Kaxyap VK Entertainment
2.5 میلیون بار بازدید - 11 ماه پیش - Team Krishnasuraa ❤️Audio Credits:Song: Krishnasura
Team Krishnasuraa ❤️

Audio Credits:

Song: Krishnasura

Singer: Vreegu Kashyap & Papori Gogoi

Lyrics/Compose/Music: Hridoy Chandan

Mix-Mastered: Diganta Bordoloi

Guitar/Mandolin: Rishi Mani

Flute: Anjan Medhi

Piano: Sukumar

Additional Vocal: Hridoy Chandan

Recorded @Studio “VREEYAM” By Trion Mahanta & Studio “MAA” by Tarun Tanmay & Ajay Phukan

Video Credits
Starring - Podmarag Goswami , Priyam Pallabee , Parinita Deka & Vreegu Kashyap

Supported Actors - Bittu, Rupam Deka, Saidul,

Director - Rintu Choudhury
Asst - Munnaf & Gayotri Boro

DOP - Bitul Das ( 3Days )& Parag Jyoti Das (1 Day )
Asst - Anil Boro, Madhurjya & Hrishikesh

Makeup - Riyan Kashyap,
Asst - Uttara Das & Parag

Editor - Manas Kashyap ( Cinedreams )
Still Photograher - Bittu Tridip Barman

Production Controller - Rupam Reeyan Deka
Supported Actors - Bittu, Rupam Deka, Saidul

Special Thanks 🙏
Bikash Chetry & Team
Ayub & Dhruba
Biren Khakhlary & All the People of Panikhaiti Village.
Prople of Chandubi Village
Xukreshwar Mandir Comitee
Janardon Mandir Comitee
Sankardev Film Studio
Jyotichtraban Film Studio



You Can also Listen by clicking all the link mentioned Below 👇

https://open.spotify.com/track/0x7pEy...

https://music.apple.com/in/album/kris...

Krishnasura


https://www.jiosaavn.com/album/krishn...


https://music.amazon.com/albums/B0CGL...



https://wynk.in/u/KHQEkqmMV
Ok

Social Media Handles of Vreegu Kashyap

Instagram - https://www.instagram.com/p/CmS8xaLSC...

Facebook Page - https://www.facebook.com/Vreegukk?mib...

Facebook Account - https://www.facebook.com/vreegu?mibex...
Bhrigu Kashyap (199K PLUS FOLLOWERS)

WhatsApp - +91 87619 69399

How May We Help You for Bookings👇
+91 96783-36943
Email - [email protected]


Lyrics 👇

Lyrics 👇

(১)

বুকুতে ফুলিব ধৰিছে হেজাৰ ৰঙা গোলাপ
তোমাৰেই খোজতে ভাঁহিছে প্ৰণয়ৰ মিঠা সুবাস

অ' আউলি বাউলী মোৰ মন তোমাতেই মগন
আমাৰ প্রেমৰ হ'ব জানা শুভ মধুলগন

অ' আউলি বাউলী মোৰ মন তোমাতেই মগন
আমাৰ প্রেমৰ হ'ব জানা শুভ মধুলগন

জনম জনমলে হৈ ৰম তোমাৰে বুকুৰে সাঁচি পাতত লিখি লোৱা প্ৰতিটো পলতে থাকিম মই কাষতে তুমিয়েই মোৰ কৃষ্ণচূড়া


(২)

উকা দুচকুৰে তোমাক চালে
সপোনৰে ৰং ভাহি আহে
মনৰে গোপন কোঠালীতে
মিঠা মিঠা লগা অনুভৱে
তোমাৰে বতৰা আনে
দেহে মনে আবিৰ সানে

অ' আউলি বাউলী মোৰ মন তোমাতেই মগন
আমাৰ প্রেমৰ হʼব জানা শুভ মধুলগন

অ' আউলি বাউলী মোৰ মন তোমাতেই মগন
আমাৰ প্রেমৰ হʼব জানা শুভ মধুলগন


জনম জনমলে হৈ ৰম তোমাৰে বুকুৰে সাঁচি পাতত লিখি লোৱা প্ৰতিটো পলতে থাকিম মই কাষতে তুমিয়েই মোৰ কৃষ্ণচূড়া


(৩)

তোমাতেই বিচাৰি পাওঁ জীৱনৰ ভৰসা
তুমি মোৰ জাগি উঠা আশাৰ সীমনা
তোমাতেই সামৰি লওঁ প্ৰেমৰে পৰিভাষা
তুমি মোৰ সপোনৰে জীয়া সাধনা

অ' আউলি বাউলী মোৰ মন তোমাতেই মগন
আমাৰ প্রেমৰ হ'ব জানা শুভ মধুলগন

অ' আউলি বাউলী মোৰ মন তোমাতেই মগন
আমাৰ প্রেমৰ হ'ব জানা শুভ মধুলগন

জনম জনমলে হৈ ৰম তোমাৰে বুকুৰে সাঁচি পাতত লিখি লোৱা প্ৰতিটো পলতে থাকিম মই কাষতে তুমিয়েই মোৰ কৃষ্ণচূড়া
11 ماه پیش در تاریخ 1402/06/04 منتشر شده است.
2,504,690 بـار بازدید شده
... بیشتر