লখৰা ফৰেষ্টগেটস্থিত ৰিজনেল কলেজ অফ হেল্থ চাইন্সত নৱাগত আদৰণি সভা...

Pratidin Time
Pratidin Time
773 بار بازدید - 5 ماه پیش - মহানগৰীৰ লখৰা ফৰেষ্টগেটস্থিত ৰিজনেল কলেজ
মহানগৰীৰ লখৰা ফৰেষ্টগেটস্থিত ৰিজনেল কলেজ অফ হেল্থ চাইন্সত নৱাগত আদৰণি সভাৰ লগতে তৃতীয় বার্ষিক অনুষ্ঠান। অনুষ্ঠানটোত প্ৰায় ডেৰ শতাধিক নৱাগত ছাত্ৰ-ছাত্ৰীক আদৰণি জনোৱা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে 'অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত।


#PratidinTime #assam #AssamNews
5 ماه پیش در تاریخ 1402/11/14 منتشر شده است.
773 بـار بازدید شده
... بیشتر