Bauli Fagun [ বাউলী ফাগুন ] || Ep - 443|| 01/08/2024

Rengoni TV
Rengoni TV
271.1 هزار بار بازدید - ماه قبل - ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল
ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে । Follow Rengoni TV :- Facebook: www.facebook.com/rengonitv Youtube: youtube.com/user/RengoniTV Instagram: www.instagram.com/rengoni.tv/ Website: rengonitv.com/ #RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo
ماه قبل در تاریخ 1403/05/11 منتشر شده است.
271,199 بـار بازدید شده
... بیشتر