মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত অখিল গগৈৰ

Pratidin Time
Pratidin Time
968.7 هزار بار بازدید - 11 ماه پیش - মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত অখিল গগৈৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰি অভিযোগ দাখিল অখিল গগৈৰ। মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিম বুলি ভিক্টিম কাৰ্ড খেলাৰো অভিযোগ অখিল গগৈৰ। আনহাতে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ সৈতেও বাকযুদ্ধত অৱতীৰ্ণ শিৱসাগৰৰ বিধায়কগৰাকী।

#PratidinTime #AkhilGogoi #assam
11 ماه پیش در تاریخ 1402/06/26 منتشر شده است.
968,771 بـار بازدید شده
... بیشتر